XtGem Forum catalog
Pulpit rock Type in Assamese Phonetically with any kind of mobile with axomiyalikha.xtgem.com
ফোনেটিক কিম্যাপ
স্বৰবর্ণ
Axomiya KeyMap
অ A
আ .a
ই .i
ঈ .I
উ .u
ঊ .U
ঋ .R
এ .e
ঐ .E
ও .o
ঔ .O
স্বৰচিহ্ন
Axomiya KeyMap
া a
ি i
ী I
ু u
ূ U
ৃ R
ে e
ৈ E
ো o
ৌ O
ব্যঞ্জনবর্ণ
Axomiya KeyMap
ক k
খ K
গ g
ঘ G
ঙ Q
চ c
ছ C
জ j
ঝ J
ঞ M
ট T
ঠ W
ড D
ঢ F
ণ N
ত t
থ Y
দ d
ধ V
ন n
প p
ফ f
ব b
ভ v
ম m
য z
ৰ r
ল l
ৱ w
শ S
ষ x
স s
হ H, h
ড় Z
ঢ় X
য় y
ক্ষ k.x
ৎ &
ং q
ঃ :
ঁ @
অন্যান্য
Axomiya KeyMap
০-৯ 0-9
₹ $
° L
। (দাৰি) /
্ (হসন্ত) . (dot)
ৠ P
৺ £
র B

লিখাৰ কিছু নিয়মাৱলী:
দুটা আখৰ যুক্ত কৰিবলৈ সেই আখৰ দুটাৰ মাজত এটা dot (.) সুমুৱাই দিয়ক।
যেনে:-Ag.ni = অগ্নি,
"ৰ-ফলা"ৰ ব্যৱহাৰ: "ৰ-ফলা"=".r" যেনে:-"p.rem"="প্ৰেম"
"ৰেফ"= "r." যেনে:- "kr.N" = "কৰ্ণ"
"য-ফলা"=".z" যেনে:- "Vn.zbad"= "ধন্যবাদ"
কিছু শব্দৰ উদাহৰন:-
mrm-> মৰম, mRgnynI-> মৃগনয়নী, mina->মিনা, m.ina->মইনা, S.rd.VaM.jlI->শ্ৰদ্ধাঞ্জলী,kRtG.n-> কৃতঘ্ন, sn.man->সন্মান, k.xy->ক্ষয়,
বাক্যৰ উদাহৰন:-
Asm .amar rUphI->অসম আমাৰ ৰূপহী
"বাঘক ইংৰাজীত টাইগাৰ (Tiger) বোলে। নহয় নে?" এই বাক্যটো তলত দিয়া ধৰণে লিখিব পাৰিবঃ
baGk .iqrajIt Ta.igar (?Tiger?) bole/ nhy ne*?
(মাজত ইংৰাজী লিখিবলৈ দুটা প্ৰশ্নবোধক চিনৰ (?) মাজত সুমুৱাই দিয়ক। আৰু অকল প্ৰশ্নবোধক চিনটো পাবলৈ ? চিনৰ আগত এটা * দিয়ক। মন কৰিব দাৰিডালৰ বাবে "/" চিহ্ন ব্যৱহাৰ কৰা হৈছে।
স্বৰচিহ্নৰ পিছত কোনো স্বৰবর্ণ দিলে হসন্ত নিদিলেও হ'ব,যেনে:- "Ta.igar" অথবা "Taigar" = "টাইগাৰ" ।)
অধিক যুক্তাক্ষৰৰ বাবে ইয়াত টিপক Total Visitors:18915